কাতি বিহু - Kati Bihu | Kati Bihu 2021

কাতি বিহু (Kati Bihu 2021)

Tuesday, 19 October

হিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু এদিনীয়াকৈ পালন কৰা হয়। এই সময়চোৱা অসমৰ কৃষিজীৱি সমাজৰ অনাটনৰ সময়। অধিকাংশ কৃষকৰে ভঁৰালত ধানমুঠি নোহোৱা হয়। বাৰীত শাক-পাচলিবো নাটনিৰ দিন। সেয়েহে এই বিহুক কঙালী বিহু বোলে। এই সময়তে পথাৰৰ ধান শস্য-সম্ভৱা হৈ পৰে। কাতি বিহুৰ দিনা ভঁৰাল, পথাৰ সকলোতে চাকি জ্বলাই ধান মুঠিৰ অধিক উৎপাদন কামনা কৰে। পথাৰত চাকি জ্বলোৱাৰ এক বিজ্ঞানসন্মত কাৰণ আছে। আহিন-কাতি মাহত চৰহা পোক বৰ বেছি হয়। পথাৰ, ঘৰে ঘৰে চাকি জ্বলোৱাৰ ফলত ৰাতি প্রজ্বলিত চাকিব শিখাত পৰি কিছু হ’লৈও চৰহা পোকৰ মৃত্যু হৈ কৃষকক ৰক্ষা কৰে। সংক্ৰান্তিৰ দিনা প্রতিঘৰ অসমীয়া মানুহৰ ঘৰতে চোতালত তুলসীৰ ভেটি সাজি তুলসী বোৱে আৰু গধুলি সৰু সৰু ল'ৰা ছোৱালীবোৰে প্ৰসাদ আগবঢ়াই প্রার্থনা জনায়। এয়া বিভিন্ন ঔষধি গুণেৰে পৰিপুষ্ট তুলসী গছ একোজোপা প্রতি ঘৰ মানুহৰ ঘৰত ৰোপন কৰাৰ এক দূৰদৰ্শী সংস্কৃতিপূর্ণ ব্যৱস্থা।

কাতিবিহুত শুভেচ্ছা বাণী- 

সকলোলৈকে বাপতিসাহোন কাতিবিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ 

সোনগুটি ধাননিয়ে যেন কৃষকৰ মনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰে, তাৰেই কামনা কৰিলোঁ। 

কাতিৰ কঙালৰ লখিমী তুমি, 

শাওনৰ আশাৰ আঘোণ তুমি,

তুলসীৰ তলে মৃগ পহু চৰে,

তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে। 

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে কঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। 
কাতি বিহু ২০২১  কাতি বিহু 2021  কাতি বিহু 2021  কাতি বিহুৰ ছবি কাতি মাহ  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia, কাতিবিহুত শুভেচ্ছা বাণী
কাতি বিহু
কাতি বিহু ২০২১  কাতি বিহু 2021  কাতি বিহু 2021  কাতি বিহুৰ ছবি কাতি মাহ  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia, কাতিবিহুত শুভেচ্ছা বাণী
কাতি বিহু - Kati Bihu

Article tags: কাতি বিহু ২০২১  কাতি বিহু 2021  কাতি বিহু 2021  কাতি বিহুৰ ছবি 

কাতি মাহ  কাতি মাহবহাগ বিহুৰ বিষয়ে ৰচনা  বহাগ বিহুৰ বিষয়ে ৰচনা জেং বিহু কি  বিহু ৰচনা pdf  মাঘ বিহুৰ পিঠা  কঙালী বিহুৰ শুভেচ্ছা  ৰাতি বিহু  গছ বিহু  Kati Bihu specialist  Kati Bihu in Hindi  Kati Bihu essay Kati Bihu Wikipedia Kati Bihu 2021 Kati Bihu date 2021 Kati Bihu 2021 Importance of Kati Bihu  How is Kati Bihu celebrated in Assam class 12  Kati bihu festival which tree

Comments

Popular posts from this blog

Gove confirms mandatory housebuilding targets for councils will be abolished in face of Tory rebellion – UK politics live

Kotak Mahindra Bank Recruitment 2022 Released for Graduate Candidates And Apply Online